ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ଉଦାହରଣ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ସମକକ୍ଷ : জাক, পাল, সমুদায়
ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ସମକକ୍ଷ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
ଅର୍ଥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ଉଦାହରଣ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ସମକକ୍ଷ : গোট, দʼম, সমষ্টি, ৰাশি
ସଂସ୍ଥାପନ କରନ୍ତୁ