ক্ষিতীশ (বিশেষ্য)
কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল
শমীবৃক্ষ (বিশেষ্য)
এবিধ মধ্যম আকাৰৰ কাঁইটীয়া গছ
কুৰুৱা বতাহ (বিশেষ্য)
পূবৰ পৰা বৈ অহা বতাহ
এলেহুৱা (বিশেষণ)
কোনো তৎপৰতা নথকা
লোকোক্তি (বিশেষ্য)
বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
লগ পোৱা (ক্ৰিয়া)
ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
বাৰিধি (বিশেষ্য)
পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
বীৰ (বিশেষ্য)
বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
দেহহীন (বিশেষণ)
যাৰ শৰীৰ নাই