ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ଉଦାହରଣ : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
ସମକକ୍ଷ : উৎসৱ
ଅର୍ଥ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : উছব, উৎসৱ, মহোৎসৱ, মেলা
ସଂସ୍ଥାପନ କରନ୍ତୁ