ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাম-বন শেষ হোৱা
ଉଦାହରଣ : সভাখন উঠি গʼল বজাৰ উঠি গʼল
ସମକକ୍ଷ : উঠা, উঠি যোৱা, শেষ হোৱা
ଅର୍ଥ : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
ଉଦାହରଣ : বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
ସମକକ୍ଷ : নির্মূল ্হোৱা, শেষ হোৱা
ଅର୍ଥ : সমাপ্ত হোৱা
ଉଦାହରଣ : এই সংস্থাত আপোনাৰ সদস্যকাল সমাপ্ত হʼল
ସମକକ୍ଷ : শেষ হোৱা
ଅର୍ଥ : কোনো কার্য আদি পূর্ণ ্হোৱা
ଉଦାହରଣ : ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
ସମକକ୍ଷ : অন্ত পৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ