ଅର୍ଥ : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ
ଉଦାହରଣ :
তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়
ସମକକ୍ଷ : কবৰ, সমাধিস্তম্ভ
ଅର୍ଥ : যি ঠাইত বিশেষভাৱে প্রসিদ্ধ কোনো ব্যক্তিৰ মৃত শৰীৰ বা অস্থি আদি পুতি ৰখা হয়
ଉଦାହରଣ :
ৰাজঘাটত গান্ধীজীৰ সমাধি আছে