ଅର୍ଥ : কোনো বিশেষ কার্য, ব্যক্তি বা কাৰণ আদিৰ বাবে বা আদিক সম্পূর্ণ্্ভাৱে দিয়া
ଉଦାହରଣ :
তেওঁ নিজৰ জীৱন সমাজ সেৱাৰ বাবে সমর্পিত কৰিলে
ଅର୍ଥ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
ଉଦାହରଣ :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
ସମକକ୍ଷ : ৰখা