ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ଉଦାହରଣ :
ସମକକ୍ଷ : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমান, সমৰূপী, সাইলাখ, হুবহু
ଅର୍ଥ : সকলো কথা আৰু কামতে কাৰোবাৰ সৈতে সমান হোৱা
ଉଦାହରଣ : সেই ব্যক্তিজন মোৰ সমকক্ষ
ସମକକ୍ଷ : সমকক্ষ
ସଂସ୍ଥାପନ କରନ୍ତୁ