ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ভূমিৰ সমান্তৰালভাৱে থাকে
ଉଦାହରଣ : সংগীতাই গা-গছৰ আনুভূমিক অংশ কাটি তাৰ আভ্যন্তৰীণ অংশ চাবৰ কাৰণে অনুবীক্ষণ যন্ত্রত ৰাখি চালে
ସମକକ୍ଷ : অনুভূমিক, আনুভূমিক
ଅର୍ଥ : সমান বা ওখ-চাপৰ নোহোৱা তলিভাগ
ଉଦାହରଣ : সমতল ভূমিত খেতি ভাল হয়
ସମକକ୍ଷ : সমতলক্ষেত্র, সমধৰাতল, সমভূমি, সমান ঠাই
ସଂସ୍ଥାପନ କରନ୍ତୁ