ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সভ্যতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সভ্যতা   বিশেষ্য

ଅର୍ଥ : শীল আৰু সজ্জন হোৱা ভাব

ଉଦାହରଣ : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে

ସମକକ୍ଷ : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা

ଅର୍ଥ : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়

ଉଦାହରଣ : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন

ଅର୍ଥ : সদস্য হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে

ସମକକ୍ଷ : সদস্যতা