ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
ଉଦାହରଣ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
ସମକକ୍ଷ : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, বিজয়ী
ଅର୍ଥ : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
ଉଦାହରଣ : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
ସମକକ୍ଷ : সফল মনোৰথ, সফলক্াম, সার্থক, সিদ্ধকাম
ଅର୍ଥ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
ଉଦାହରଣ : মোহন এই কামত সফল হʼল
ସମକକ୍ଷ : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
ସଂସ୍ଥାପନ କରନ୍ତୁ