ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সন্মতি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সন্মতি   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব

ଉଦାହରଣ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ

ସମକକ୍ଷ : অনুমোদন, স্বীকৃতি

ଅର୍ଥ : ওঁ বুলি কোৱা কার্য

ଉଦାହରଣ : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম

ସମକକ୍ଷ : হয়ভৰ

ଅର୍ଥ : সহমত প্রকাশ কৰা ভাব বা কার্য

ଉଦାହରଣ : তেওঁলোক দুয়োজনে সন্মতি জনাইছে

ସମକକ୍ଷ : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী

ଅର୍ଥ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি

ଉଦାହରଣ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে

ସମକକ୍ଷ : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ