ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সন্ধিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সন্ধিয়া   বিশেষ্য

ଅର୍ଥ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে

ଉଦାହରଣ : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল

ସମକକ୍ଷ : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন

ଅର୍ଥ : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা

ଉଦାହରଣ : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল

ସମକକ୍ଷ : গধূলি, সন্ধ্যা