ଅର୍ଥ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
ଉଦାହରଣ :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
ସମକକ୍ଷ : জোৰা, সন্ধি স্থল, সন্ধি-স্থল
ଅର୍ଥ : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ
ଉଦାହରଣ :
বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে
ଅର୍ଥ : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি
ଉଦାହରଣ :
কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক
ସମକକ୍ଷ : সন্ধিচুক্তি