ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সন্দেহ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সন্দেহ   বিশেষ্য

ଅର୍ଥ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা

ଉଦାହରଣ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে

ସମକକ୍ଷ : আশংকা, শংকা, শঙ্কা, সংশয়

ଅର୍ଥ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান

ଉଦାହରଣ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে

ସମକକ୍ଷ : শংকা, শঙ্কা, সংশয়

ଅର୍ଥ : বিশ্বাস নোহোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : মানুহৰ প্রতি কৰা অবিশ্বাসেই ঔৰংজেৱৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ আছিল

ସମକକ୍ଷ : অপ্রতীতি, অপ্রত্যয়, অবিশ্বাস, বিশ্বাসহীনতা, সন্ধিগ্ধতা