ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
ଉଦାହରଣ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
ସମକକ୍ଷ : মহাত্মা, সাধু
ଅର୍ଥ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ଉଦାହରଣ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
ସମକକ୍ଷ : বৈৰাগী, সন্ন্যাসী, সাধু
ସଂସ୍ଥାପନ କରନ୍ତୁ