ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সনা   ক্ৰিয়া

ଅର୍ଥ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

ଉଦାହରଣ : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

ସମକକ୍ଷ : লগোৱা, লেপন লগোৱা

ଅର୍ଥ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

ଉଦାହରଣ : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

ସମକକ୍ଷ : ঘঁ্হা, লগোৱা

ଅର୍ଥ : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা

ଉଦାହରଣ : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে

ସମକକ୍ଷ : ফেটা, মথা, মাৰা