ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সদাচাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সদাচাৰ   বিশেষ্য

ଅର୍ଥ : ভাল চৰিত্রৰ

ଉଦାହରଣ : সৎচৰিত্রতাই মানুহক মহান কৰে

ସମକକ୍ଷ : সদাচাৰিতা, সদ্চৰিত্রতা, সৎচৰিত্রতা

ଅର୍ଥ : যি ব্যৱহাৰত ভাল ভাব থাকে

ଉଦାହରଣ : আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়

ସମକକ୍ଷ : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ