ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সদন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সদন   বিশেষ্য

ଅର୍ଥ : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ

ଉଦାହରଣ : সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল

ଅର୍ଥ : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ

ଉଦାହରଣ : সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে

ଅର୍ଥ : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়

ଉଦାହରଣ : মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে

ଅର୍ଥ : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে

ଉଦାହରଣ : নাট্য সদন দর্শকেৰে ভৰি আছিল