ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এইমাত্র ওলোৱা বা হোৱা
ଉଦାହରଣ : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
ସମକକ୍ଷ : তাজা, সজীৱ
ଅର୍ଥ : যিটো ম্লান নপৰে বা মৰহি যোৱা নাই
ଉଦାହରଣ : সীতাই মন্দিৰত সতেজ ফুল অর্পণ কৰিছে
ସମକକ୍ଷ : অম্লান, টাটকা, তাজা
ଅର୍ଥ : যিটো এইমাত্র বনোৱা হৈছে বা যিটো নতুন
ଉଦାହରଣ : শ্যামে সদায় সতেজ খাদ্য খায়
ସମକକ୍ଷ : টাটকা, তজবজীয়া, সাঁজো
ସଂସ୍ଥାପନ କରନ୍ତୁ