ଅର୍ଥ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
ଉଦାହରଣ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
ସମକକ୍ଷ : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
ଅର୍ଥ : একেবাৰে ঠিক বা উচিত
ଉଦାହରଣ :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
ଅର୍ଥ : যিটো নৈতিকতাৰে ভৰি আছে
ଉଦାହରଣ :
আমি উচিত কাম কৰা উচিত
ସମକକ୍ଷ : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
ଅର୍ଥ : যিটো নি্র্ধাৰিত বা নিশ্চিত
ଉଦାହରଣ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
ସମକକ୍ଷ : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত