ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
ଉଦାହରଣ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
ସମକକ୍ଷ : জ্ঞান, বোধ, বোধি, সংজ্ঞা
ଅର୍ଥ : যʼত চেতনা আছে
ଉଦାହରଣ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
ସମକକ୍ଷ : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ