ଅର୍ଥ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
ଉଦାହରଣ :
নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
ସମକକ୍ଷ : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
ଅର୍ଥ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
ଉଦାହରଣ :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
ସମକକ୍ଷ : ব্যৱস্থিত কৰা, লগোৱা
ଅର୍ଥ : আহাৰ সন্মুখত ৰখা
ଉଦାହରଣ :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
ସମକକ୍ଷ : পৰিৱেশন কৰা