ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ଉଦାହରଣ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
ସମକକ୍ଷ : জীৱ, জীৱধাৰী, প্রাণধাৰী, প্রাণী
ଅର୍ଥ : এইমাত্র ওলোৱা বা হোৱা
ଉଦାହରଣ : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
ସମକକ୍ଷ : তাজা, সতেজ
ଅର୍ଥ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ଉଦାହରଣ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
ସମକକ୍ଷ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন
ଅର୍ଥ : জীৱিত ৰূপত
ଉଦାହରଣ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
ସମକକ୍ଷ : জীৱন্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ