ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
ଉଦାହରଣ : ভাটৌটো সজাৰ পৰা উৰি গʼল
ସମକକ୍ଷ : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
ଅର୍ଥ : পাৰ ৰাখিবলৈ সজা বাহ
ଉଦାହରଣ : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
ସମକକ୍ଷ : পাৰ-বাহা, পাৰৰ বাহ
ଅର୍ଥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
ଉଦାହରଣ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
ସମକକ୍ଷ : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
ଅର୍ଥ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
ଉଦାହରଣ : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
ସମକକ୍ଷ : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
ଅର୍ଥ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
ଉଦାହରଣ : কুমাৰে কলহ নি্র্মাণ কৰে
ସମକକ୍ଷ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
ଅର୍ଥ : ঘৰ বা দেৱাল আদি বনোৱা
ଉଦାହରଣ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
ସମକକ୍ଷ : উঠোৱা, বনোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ