ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বিপদ-আপদলৈ মন-কাণ দি থকা
ଉଦାହରଣ : কাশ্মীৰত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি সেনাবাহিনীক ্ সতর্ক কৰি দিয়া হৈছে
ସମକକ୍ଷ : খবৰদাৰ, ততোৱাল, তলচকুৱা, সজাগৰ, সতর্ক, সাৱধান, হুঁচিয়াৰ, ্সজাগ
ଅର୍ଥ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ଉଦାହରଣ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
ସମକକ୍ଷ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সজীৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ