ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
ଉଦାହରଣ : সংঘত এসময়ত নাৰীৰ প্রৱেশ নিষিদ্ধ আছিল
ସମକକ୍ଷ : বৌদ্ধ মঠ, সংঘ
ଅର୍ଥ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
ଉଦାହରଣ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
ସମକକ୍ଷ : দল, পার্টী, মণ্ডলী, সংঘ
ଅର୍ଥ : প্রাচীন বৌদ্ধ ভীক্ষুসকলৰ ধার্মিক সমাজ
ଉଦାହରଣ : নি্র্বাণ লাভৰ কাৰণে বৌদ্ধ ভীক্ষুসকলে সংঘত শৰণ লয়
ସମକକ୍ଷ : সংঘ
ସଂସ୍ଥାପନ କରନ୍ତୁ