ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সখী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সখী   বিশেষ্য

ଅର୍ଥ : সাহিত্যত থকা নায়িকাই নিজৰ মনৰ সকলো কথা কোৱা স্ত্রী

ଉଦାହରଣ : ৰাজকুমাৰীয়ে নিজৰ সখীয়েকৰ লগত উদ্যানত বার্তালাপ কৰি আছিল

ଅର୍ଥ : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে

ଉଦାହରଣ : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়

ସମକକ୍ଷ : দোস্তী, বন্ধু, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সঙ্গী

ଅର୍ଥ : নাৰী বন্ধু

ଉଦାହରଣ : আজি গীতাই তাইৰ বান্ধৱীক লগ কৰিবলৈ গৈছে

ସମକକ୍ଷ : বান্ধৱী