ଅର୍ଥ : সংৰক্ষণ কৰা কার্য ্বা বেয়া হোৱাৰ পৰা বচোৱা কার্য
ଉଦାହରଣ :
শীতল গোদামবোৰত ফল, পাচলি আদিৰ সংৰক্ষণ কৰা হয়
ଅର୍ଥ : ভৱিষ্যত আদিৰ বাবে বা আহিবলগীয়া আৱশ্যকতাৰ বাবে বেলেগে বা বচাই ৰখা
ଉଦାହରଣ :
সংৰক্ষণৰ দ্বাৰা ভৱিষ্যতৰ অসুবিধাৰ পৰা বাচিব পাৰি