ଅର୍ଥ : সাহিত্য, বিজ্ঞান, কলা আদিৰ উন্নতিৰ কাৰণে স্থাপন কৰা সমাজ
ଉଦାହରଣ :
ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান শিক্ষাৰ ক্ষেত্রত বিশ্ববিখ্যাত
ସମକକ୍ଷ : প্রতিষ্ঠান, সংস্থান
ଅର୍ଥ : চৰকাৰৰ এক প্রকাৰৰ প্রশাসনিক গোট
ଉଦାହରଣ :
চি বি আই ভাৰত চৰকাৰৰ এটা অনুসন্ধান সংস্থা