ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংস্কৃত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংস্কৃত   বিশেষ্য

ଅର୍ଥ : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে

ଉଦାହରଣ : সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়

ସମକକ୍ଷ : সংস্কৃত ভাষা

সংস্কৃত   বিশেষণ

ଅର୍ଥ : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে

ଅର୍ଥ : যাক পৰিশোধন কৰা হৈছে

ଉଦାହରଣ : সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত

ସମକକ୍ଷ : পৰিমার্জিত