ଅର୍ଥ : যিয়ে ধার্মিক অথবা সামাজিক সংস্কাৰৰ কাৰণে চেষ্টা চলায়
ଉଦାହରଣ :
স্বামী দয়ানন্দ সৰস্বতী এজন প্রসিদ্ধ সমাজ সংস্কাৰক আছিল
ସମକକ୍ଷ : সংস্কাৰকর্তা
ଅର୍ଥ : যিয়ে দোষ বা ত্রুটিৰ সংস্কাৰ কৰে
ଉଦାହରଣ :
সংস্কাৰকৰ দ্বাৰা এই প্রশ্ন কাকতত সংশোধন কৰা হৈছে
ସମକକ୍ଷ : সংশোধক