ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংসদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংসদ   বিশেষ্য

ଅର୍ଥ : দেশৰ শাসন সম্পর্কীয় কাম-কাজৰ সঞ্চালনা কৰা ভৱন

ଉଦାହରଣ : সন্ত্রাসবাদৰ কাৰণে সংসদ ভৱনৰ সুৰক্ষা বঢ়াই দিয়া হৈছে

ସମକକ୍ଷ : সংসদ ভৱন

ଅର୍ଥ : দেশৰ শাসন ব্যৱস্থাৰ সুচাৰু সম্পাদনৰ বাবে নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ সভা যি ৰাজ্য অথবা শাসন সম্বন্ধীয় কামত সহায়ৰ বাবে আইন প্রস্তুত কৰে

ଉଦାହରଣ : সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে