ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ব্যাকৰণত যি পদে দুটা শ্্ব্দ বা বাক্যৰ মাজত বহি সেই দুটা শ্্ব্দ বা বাক্যক জোৰা লগায়
ଉଦାହରଣ : তথা, আৰু আদি সংযোজক অব্যয়
ସମକକ୍ଷ : অব্যয়, সংযোজক অব্যয়
ଅର୍ଥ : যিয়ে যোৰা দিয়ে বা মিলায়
ଉଦାହରଣ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
ସମକକ୍ଷ : যোজক, সমন্বয়ক
ଅର୍ଥ : জোৰা লগোৱা বা মিলোৱা
ଉଦାହରଣ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
ସମକକ୍ଷ : যোজক, সংযোগী
ସଂସ୍ଥାପନ କରନ୍ତୁ