ଅର୍ଥ : মিল হোৱা কার্য ্ বা ভাব
ଉଦାହରଣ :
নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
ସମକକ୍ଷ : মিলন, মিলা-প্রীতি, সমন্বয়
ଅର୍ଥ : দুটা বা কোনো কথা হঠাৎ একে হোৱা কার্য
ଉଦାହରଣ :
কি সংযোগ যে মই আপোনাক লগ পাবলৈ গৈ আছো আৰু আপুনি এইফালে আহি আছে