ଅର୍ଥ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
ଉଦାହରଣ :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
ସମକକ୍ଷ : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযম, সংযমন
ଅର୍ଥ : যি ইন্দ্রিয়ক নিজৰ অধীনত ৰাখে বা ইন্দ্রিয়ৰ নিগ্রহ কৰোঁতা
ଉଦାହରଣ :
ইন্দ্রিয়নিগ্রহী ব্যক্তিয়ে বাস্তৱিক সুখৰ আনন্দ লʼব পাৰে
ସମକକ୍ଷ : ইন্দ্রিয়নিগ্রহী
ଅର୍ଥ : যʼত সংযম থাকে
ଉଦାହରଣ :
সংযমী ্কর্ম কৰি মানুহে নিজৰ জীৱন সফল কৰিব পাৰে