ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংযত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংযত   বিশেষণ

ଅର୍ଥ : যি সংযম হৈ থাকে

ଉଦାହରଣ : সংযমী লোকৰ কেতিয়াও বেমাৰ নহয়

ସମକକ୍ଷ : পৰিমিত, সংযমকাৰী, সংযমপৰায়ণ, সংযমশীল, সংযমিত, সংযমী, সুসংযত, সুসংযমী

ଅର୍ଥ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন

ଉଦାହରଣ : মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়

ସମକକ୍ଷ : মর্যাদাসম্পন্ন

ଅର୍ଥ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা

ଉଦାହରଣ : সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে

ଅର୍ଥ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা

ଉଦାହରଣ : সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে