ଅର୍ଥ : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়
ଉଦାହରଣ :
অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়
ଅର୍ଥ : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ
ଉଦାହରଣ :
চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে