ଅର୍ଥ : জ্ঞান আৰু বুদ্ধি
ଉଦାହରଣ :
ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
ସମକକ୍ଷ : চেতনা, বিচাৰ-বুদ্ধি
ଅର୍ଥ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
ଉଦାହରଣ :
আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
ସମକକ୍ଷ : নাম
ଅର୍ଥ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ
ଉଦାହରଣ :
তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে
ସମକକ୍ଷ : বিশেষ্য