ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংঘর্ষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংঘর্ষ   বিশেষ্য

ଅର୍ଥ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস

ଉଦାହରଣ : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়

ସମକକ୍ଷ : দন্দ্ব, যুদ্ধ

ଅର୍ଥ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য

ଉଦାହରଣ : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল

ସମକକ୍ଷ : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সমৰ, ্সংগ্রাম, ৰণ