ଅର୍ଥ : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
ଉଦାହରଣ :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
ସମକକ୍ଷ : সংকলন
ଅର୍ଥ : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
ଉଦାହରଣ :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
ଅର୍ଥ : একত্র কৰা বা হোৱা কার্য
ଉଦାହରଣ :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
ସମକକ୍ଷ : একগোট