ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংগত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংগত   বিশেষ্য

ଅର୍ଥ : গায়কৰ লগত বাজনা বজাই বাদ্য বজাই সহায় কৰা কার্য

ଉଦାହରଣ : বাঁহীবাদক পণ্ডিত চৌৰাচিয়াৰ লগত তবলা সংগত কৰিবৰ কাৰণে জাকিৰ হুচেইন আহিছে

ସମକକ୍ଷ : সঙ্গত

সংগত   বিশেষণ

ଅର୍ଥ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

ଉଦାହରଣ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

ସମକକ୍ଷ : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

ଅର୍ଥ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

ଉଦାହରଣ :

ସମକକ୍ଷ : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমীচীন, সমুচিত, হক, ্ যথাযথ