ଅର୍ଥ : যাৰ সংগঠন কৰা হৈছে
ଉଦାହରଣ :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
ଅର୍ଥ : যিটো একতাৰে পৰিপূর্ণ
ଉଦାହରଣ :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
ସମକକ୍ଷ : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ