ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংখ্যা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংখ্যা   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

ଉଦାହରଣ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

ସମକକ୍ଷ : অংক

ଅର୍ଥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ଉଦାହରଣ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ସମକକ୍ଷ : অংক, খণ্ড, নম্বৰ

ଅର୍ଥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ଉଦାହରଣ : এক কোটি বহুত ডাঙৰ সংখ্যা

ସମକକ୍ଷ : অংক, অঙ্ক, ৰাশি

ଅର୍ଥ : সংখ্যাৰ চিহ্ন

ଉଦାହରଣ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

ସମକକ୍ଷ : অংক, অঙ্ক

ଅର୍ଥ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা

ଉଦାହରଣ : আহতৰ সংখ্যা বহুত বেছি