ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
ଉଦାହରଣ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
ସମକକ୍ଷ : ছীল, ষ্টেম্প
ଅର୍ଥ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
ଉଦାହରଣ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
ସମକକ୍ଷ : ছীল, মোহৰ
ଅର୍ଥ : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
ଉଦାହରଣ : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
ଅର୍ଥ : যিহত মোহৰ মৰা হৈছে
ଉଦାହରଣ : এই চেকখনত মোহৰ মৰা আছে
ସମକକ୍ଷ : মোহৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ