ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে কোনো ঠাইত আশ্রয় লʼব বিচাৰে
ଉଦାହରଣ : ভগৱানে শৰণার্থীসকলৰ ৰক্ষা কৰে
ଅର୍ଥ : যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক্্ভাৱে আঁত্্ৰাই পঠোৱা হৈছে অথবা যি অন্য ঠাইত আশ্রয় লাভ কৰি থাকিবলৈ লৈছে
ଉଦାହରଣ : অসমত বহুত বেছি বিদেশী শৰণার্থীয়ে বসবাস কৰি আছে
ସମକକ୍ଷ : ৰিফিউজী
ଅର୍ଥ : যি অন্য ঠাইত শৰণ লাভ কৰি থাকিবলৈ বিচাৰিছে বা যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক আঁত্্ৰাই পঠোৱা হৈছে
ଉଦାହରଣ : শৰণার্থী চলমান এতিয়াও আমেৰিকাতেই আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ