ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
ଉଦାହରଣ : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
ସମକକ୍ଷ : উচ্চ
ଅର୍ଥ : যি খুউব ভাল
ଉଦାହରଣ : ৰামচৰিত মানস সন্ত তুলসীদাসৰ উত্তম কৃতি
ସମକକ୍ଷ : অনন্য, অনবদ্য, উত্তম, উৎকৃষ্ট, প্রকৃষ্ট, সর্ব্বোত্তম
ଅର୍ଥ : যি কোনো ক্ষেত্রৰ প্রধান
ଉଦାହରଣ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
ସମକକ୍ଷ : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, মুখ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ