ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শ্রেণী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শ্রেণী   বিশেষ্য

ଅର୍ଥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী

ଉଦାହରଣ : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে

ସମକକ୍ଷ : ক্লাছ

ଅର୍ଥ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ

ଉଦାହରଣ : তুমি কোন শ্রেণীত পঢ়া ?

ସମକକ୍ଷ : কক্ষা, ক্লাছ, মহলা

ଅର୍ଥ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ

ଉଦାହରଣ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি

ସମକକ୍ଷ : সমুদায়, ্বর্গ

ଅର୍ଥ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

ଉଦାହରଣ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

ସମକକ୍ଷ : গোট, বর্গ

ଅର୍ଥ : কোনো কোঠাত উপস্থিত লোক

ଉଦାହରଣ : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল

ସମକକ୍ଷ : কোঠা