ଅର୍ଥ : লাহে লাহে অনুচিতভাৱে কাৰোবৰ ধ, সম্পত্তি আদি লৈ লোৱা কার্য
ଉଦାହରଣ :
জমিদাৰে নিজৰ আৰামৰ কাৰণে দুখীয়াক শোষণ কৰিছিল
ଅର୍ଥ : পানী আদি শুহি লোৱা কার্য
ଉଦାହରଣ :
গছে পৃথিৱীৰ পৰা পানী আদি শোষণ কৰে
ସମକକ୍ଷ : অৱশোষণ কৰা, শুহি লোৱা