ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ଉଦାହରଣ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ସମକକ୍ଷ : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
ଅର୍ଥ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
ଉଦାହରଣ :
মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
ସମକକ୍ଷ : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা