ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শেন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শেন   বিশেষ্য

ଅର୍ଥ : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই

ଉଦାହରଣ : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল

ସମକକ୍ଷ : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন চৰাই

ଅର୍ଥ : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই

ଉଦାହରଣ : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া

ସମକକ୍ଷ : শেন চৰাই